অসমউৎসৱপৰিৱেশ

সমাগত দীপাৱলী! পোহৰৰ উৎসৱক লৈ কঠোৰ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড

মাত্ৰ দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে ফুটাব পাৰিব ফটকা

সমাগত পোহৰৰ উৎসৱ দীপাৱলীদীপাৱলীপ্ৰস্তুতিত ব্যস্ত সমগ্ৰ ৰাজ্যবাসী

সমাগত দীপাৱলী! পোহৰৰ উৎসৱক লৈ কঠোৰ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড
Decorative lights in a temple during an Indian festival or celebration

    দীপাৱলীপ্ৰস্তুতিৰ মাজতে জাৰি কৰা হ দীপাৱলীৰ বাবে গুৰুত্বপূৰ্ণ নীতি- নিৰ্দেশনা৷ সমাগত পোহৰৰ উৎসৱক লৈ কঠোৰ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড

মাত্ৰ দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে ফুটাব পাৰিব ফটকা৷ নিশা ৮ৰ পৰা ১০ বজালৈ ফটকা জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ আনহাতে গ্ৰীণ ফটকা বিক্ৰী আৰু জ্বলোৱাৰহে অনুমতি দিছে প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডে৷

আনহাতে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ ব’ৰ্ডে উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button