অৰ্থনৈতিকঅসমগুৱাহাটী

মহানগৰবাসীৰ বাবে দুঃ খবৰ! গুৱাহাটীত বন্ধ হ’ব ৰেপিড’, অ’লা, উবেৰ, পেইণ্ডিয়াৰ দুচকীয়া বাহন!

চালক সংগঠনে  দাবী সমূহ মানি নোলোৱালৈকে গুৱাহাটী মহানগৰীত চলিবলৈ নিদিয়ে অ’লা, উবেৰ ৰেপিড’ আৰু  পেইণ্ডিয়াৰ দুচকীয়া বাহন

বিগত কেইবাদিনৰ বাবে

মহানগৰবাসীৰ বাবে দুঃ খবৰ। গুৱাহাটীত বন্ধ হ’ব ৰেপিড’, অ’লা, উবেৰ, পেইণ্ডিয়াৰ দুচকীয়া বাহন!

পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ সময়ত, সংশ্লিষ্ট কোম্পানী কেইটাই বিভিন্ন প্ৰকাৰে চালক সমূহৰ পৰা  লুন্ঠন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে চালকসকলে। সেইবাবে চালক সকলৰ সংগঠনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। চালক সকলৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ থাকিব দুচকীয়া বাহনৰ চলাচল।

চালক সংগঠনে  দাবী সমূহ মানি নোলোৱালৈকে গুৱাহাটী মহানগৰীত চলিবলৈ নিদিয়ে অ’লা, উবেৰ ৰেপিড’ আৰু  পেইণ্ডিয়াৰ দুচকীয়া বাহন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.