AssamCMO AssamHimanta Biswa Sarmaleatest updatenorth east

অনিৰ্দিষ্ট কালৰ বাবে ডিমাপুৰ বন্ধ ঘোষণা; কিন্তুকিয়?

নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীত অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ।

অনিৰ্দিষ্ট কালৰ বাবে ডিমাপুৰ বন্ধ ঘোষণা কৰিছে ডিমাপুৰ চেম্বাৰ্ছ অৱ কমাৰ্চে। নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীত অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ীসকলে। ইতিমধ্যে ডিমাপুৰত দোকান বজাৰৰ লগতে পেট্ৰ’ল পাম্পসমূহ বন্ধ হৈ পৰাত হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ। পেট্ৰ’ল বিচাৰি অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰু বোকাজানৰ ডিপোত ভিৰ কৰিছেহি ডিমাপুৰৰ শতাধিক বাহনে। বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা নাই প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.