horoscopeSocialঅসমআঞ্চলিকদৈনিক বাতৰি

কেনেকৈ যাব আপোনাৰ আজিৰ দিনটো

১৫ বহাগ, ৰবিবাৰ, ইং ২৮ এপ্ৰিল ২০২৪

১. মেষ ৰাশি  : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, হাতলৈ ধন ধান আহিব, লগতে আজি সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা বা জেষ্ঠ্য জনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি:- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন কৈ যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল পৰিবেশ লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত অশান্তি সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, হঠাতে হাতলৈ ধন ধান অহাৰ যোগ দেখা যায়

৯. ধনু ৰাশি : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য সৰু- সুৰা সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত লাভাম্বিত হ’ব পাৰিব, কৰ্মত সন্মান লাভ কৰিব, লগতে আজি সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, নতুন নতুন কৰ্ম লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখাটো ভাল হ’ব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.