leatest updatenationalPMo indiaSocial

কলকাতাত সংঘটিত মহিলা চিকিৎসকৰ হত্যাৰ ঘটনাই জোকাৰিছে দেশ।

মূল অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ আৰক্ষীৰ।

কলকাতা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড। এগৰাকী মহিলা চিকিৎসকক নৃশংসভাৱে হত্যা কৰা ঘটনাই জোকাৰি গৈছে দেশ। আৰ জি গড় মেডিকেল কলেজৰ ছেমিনাৰ হলত উদ্ধাৰ মৃতদেহ। মূল অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ আৰক্ষীৰ।

উল্লেখনীয় যে, অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহ। জানিব পৰা মতে হত্যাৰ পূৰ্বে চলোৱা হৈছিল যৌন নিৰ্যাতন। ঘটনাৰ উচিত ন্যায় বিচাৰি কনিষ্ঠ শিক্ষকৰ প্ৰতিবাদ। কৰ্মবিৰতি পালনেৰে কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ। মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে এই প্ৰতিবাদ। দোষীক ফাঁচীৰ পোষকতা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ঘটনাক লৈ পশ্চিম বংগত ব্যাপক ৰাজনীতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.