অসমগুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰত

চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণক লৈ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সতৰ্কতামূলক জাননী

অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিশেষ জাননী

চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘলত নাহৰফুটুকীৰ বিচৰণ

দাঁতিকাষৰীয়া অঞ্চলতো মুক্ত বিচৰণ নাহৰফুটুকীৰ

চিৰিয়াখানা কৰ্তৃপক্ষই জাৰি কৰিছে বিশেষ সতৰ্কতা

সকলোকে সাৱধানতা অৱলম্বন কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

এন্ধাৰত অকলে ওলাই নহাৰ আহ্বান

শিশুসকলক অভিভাৱক অবিহনে নপঠিয়াবলৈ আহ্বান

অধিক সতৰ্ক হোৱাৰ আহ্বান জাপৰিগোগ, হেঙেৰাবাৰীবাসীক

হেঙেৰাবাৰীৰ পাহাৰত বিচৰণৰ তথ্য লাভ কৰ্তৃপক্ষৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.