AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গেৰুৱা বসন খুলি কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ…. নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী….

গেৰুৱা বসন খুলি কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ

বিশাল সমদলেৰে ৰাজীৱ ভৱনলৈ আদৰণি বিধায়কগৰাকীক

নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী

যোগদান কাৰ্যসূচীত উপস্থিত ভূপেন বৰা, গৌৰৱ গগৈ

অশোক শৰ্মা সহ বহু বিজেপি কৰ্মীৰ যোগদান কংগ্ৰেছত

উল্লেখ্যযে, যোৱা২আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। দীৰ্ঘদিনীয়া ক্ষোভ, দীৰ্ঘদিনীয়া অসন্তুষ্টি আৰু হতাশাৰ লগতে দলৰ কেইজনমান নেতাৰ অত্যাচাৰী শাসনৰ বাবে নিজে গঢ়া দলটো এৰি যোৱাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছিল নেতাগৰাকীয়ে। বিজেপিৰ পৰা পোৱা লাঞ্ছনাৰ বাবে দল এৰাৰ সিদ্ধান্ত লোৱা প্ৰাক্তন বিধায়কগৰাকীয়ে শুকুৰবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে অশোক শৰ্মাই।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.