Assamleatest updatepolitical

BTRত চলিছে নিৰ্বাচনী গৰম বতাহ

সৰু সৰু সভাৰ জৰিয়তে প্ৰচাৰত নামিছে BPF

BTRত চলিছে নিৰ্বাচনী গৰম বতাহ। ওদালগুৰিত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত সমষ্টিয়ে সমষ্টিয়ে BPFৰ যোগদান সভা। BPFয়ে ২২খন আসন ঘোষণা কৰাৰ পিছতেই উৎসাহিত হৈ পৰিছে BPF কৰ্মীসকল।

সৰু সৰু সভাৰ জৰিয়তে প্ৰচাৰত নামিছে BPF। ওদালগুৰি জিলাৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাৰিকলমোখা গাৱত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত দুই শতাধিক পুৰুষ-মহিলাৰ যোগদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.