গুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘২০২১ত অসমত এটাও ভুৱা এনকাউণ্টাৰ নাই হোৱা’: পীযুষ হাজৰিকা

বিধানসভাৰ প্ৰশ্নকালত এনকাউণ্টাৰৰ প্ৰসংগ। অখিল গগৈৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ।

বিধানসভাৰ প্ৰশ্নকালত এনকাউণ্টাৰৰ প্ৰসংগ

অসমত এনকাউণ্টাৰ কেতিয়ালৈ বন্ধ হ’ব বুলি প্ৰশ্ন

অখিল গগৈৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ

‘২০২১ত অসমত এটাও ভুৱা এনকাউণ্টাৰ নাই হোৱা’

‘আৰক্ষীৰ সংঘৰ্ষ আৰু অস্ত্ৰ কাঢ়ি নিয়া ঘটনাতহে এনকাউণ্টাৰ হৈছে’

বৰ্তমানলৈ গুলীচালনাৰ ঘটনাত নিহত ২৬, আহত ১২০

পলাবলৈ চেষ্টা কৰা সন্দৰ্ভত ৰুজু ১৩৪টা গোচৰ

১৬ আৰক্ষীৰ বিৰুদ্ধ কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত গোচৰ

ডিম্বেশ্বৰ বসুমতাৰীও দুৰ্ধৰ্ষ অপৰাধী বুলি দাবী মন্ত্ৰী হাজৰিকাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 1 =

Back to top button