অসমগুৱাহাটীভাৰত

বিতৰ্ক বিচৰা নাই কৰিশ্মা নাথে ! ভুল হৈছে যদি ভূলটো দেখুৱাই দিয়াৰ আহ্বান নাগাৰ নাম সন্থাক !

শেহতীয়াকৈ সামাজিক মাধ্যমত নাগাৰা নামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে ছিপাঝাৰৰ জীয়ৰী কৰিশ্মা নাথ।

শেহতীয়াকৈ সামাজিক মাধ্যমত নাগাৰা নামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে ছিপাঝাৰৰ জীয়ৰী কৰিশ্মা নাথ।

কৰিশ্মা নাথৰ পে পে পে সুৰো বিভিন্ন জনে ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে।

জনপ্ৰিয় হৈ উঠাৰ মাজতে বিতৰ্কতো সুমাই পৰিছে কৰিশ্মা নাথ।

নাগাৰা নাম সন্থাৰ মতে নাগাৰা নামৰ বিসংগতি কৰিছে কৰিশ্মা নাথে।

কিন্তু কৰিশ্মা নাথৰ মতে যদি তেওঁ ক’ৰবাত ভুল কৰিছে তেন্তে সেই ভুলটো দেখুৱাই দিবলৈ নাগাৰা নাম সন্থাক আহ্বান কৰিশ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button