APSCAssamassam policeCMO Assamleatest updateSocial

APSC কেলেংকাৰিক লৈ অব্যাহত SITৰ অভিযান

SITৰ জেৰাত বহু চাঞ্চল্যকৰ তথ্য উদঘাটন

APSC কেলেংকাৰিক লৈ অব্যাহত SITৰ অভিযান

বুধবাৰে নিয়োগ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ SITৰ

বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ

আজি হাজিৰ কৰোৱা হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত

SITৰ জেৰাত বহু চাঞ্চল্যকৰ তথ্য উদঘাটন

ৰাকেশ দাসৰ পিতৃৰ সৈতে ঘনিষ্ঠতা আছিল ৰাকেশ পালৰ

ঘনিষ্ঠতা সূত্ৰেই ৰাকেশ দাসে পাইছিল নিয়োগ বিষয়াৰ পদ

FSL ৰি’পৰ্ট লাভ কৰিছে তদন্তকাৰী SITএ

FSL ৰি’পৰ্টত আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য

নমুনাৰ সৈতে মিল নাই ৰাকেশ দাসৰ উত্তৰ বহীৰ হস্তাক্ষৰৰ

ভাৰাতীয়া লেখকেৰে মূল পৰীক্ষাৰ উত্তৰ লিখোৱাৰ সম্ভাৱনা

ৰাকেশ দাসৰ পিতৃকো জেৰা চলোৱাৰ প্ৰস্তুতি SITৰ

শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব অধিক বিষয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.