অপৰাধঅসম

গুৱাহাটীত CM ভিজিলেন্সৰ অভিযান! গ্ৰেপ্তাৰ হ’ল কেইবাজনো

বৰ্তমানো পলাত পৰীক্ষা কেলেংকাৰিৰ মূল অভিযুক্ত

APDCLৰ ১,৬০০ পদত নিযুক্তিৰ পৰীক্ষাত অনিয়ম। গুৱাহাটীত CM ভিজিলেন্সৰ অভিযান। মহানগৰীৰ কেইবাটাও স্থানত পৃথকে পৃথকে চলিছে অভিযান।

পৰীক্ষাত অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল ১০জনক। বৰ্তমানো পলাত পৰীক্ষা কেলেংকাৰিৰ মূল অভিযুক্ত।
হাতীগাঁও, লালমাটি, ঘোঁৰামাৰা, জালুকবাৰীত চলিল CM ভিজিলেন্সৰ অভিযান।

গ্ৰেপ্তাৰ হ’ল পলাতক প্ৰাক্তন CGM আতাউৰ ৰহমান, APDCLৰ অধ্যক্ষৰ OSD দীপাংকৰ দিহিঙীয়া, GUৰ বিষয়া ত্ৰিদীপ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ তত্বাবধায়ক শশাংশ শইকীয়া।

ইয়াৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা ‘নেইকমছ’ নামৰ প্ৰতিষ্ঠানৰ ৬জনক গ্ৰেপ্তাৰ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ IGNOUৰ কাৰ্যালয়তো চলিল অভিযান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.