Assamঅসম

অভি-নীল হত্যাকাণ্ডৰ ৬টা বছৰ সম্পূৰ্ণ

আজি অভি-নীলৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী

অভি-নীল হত্যাকাণ্ডৰ ৬টা বছৰ সম্পূৰ্ণ

আজি অভি-নীলৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী

৬ বছৰে ন্যায়ৰ অপেক্ষাত অভি-নীলৰ পৰিয়াল

বৰ্তমানেও ফাষ্টটেক আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া

বিচাৰ প্ৰক্ৰিয়া গুৰুত্বহীন হোৱা বুলি অভিযোগ নীলৰ পিতৃৰ

৬ মাহ পূৰ্বে ৭১ জন ব্যক্তিৰ সাক্ষীও লৈছিল আদালতে

————————————————————–

অভি-নীল হত্যাৰ গোচৰৰ দুই নাবালক সন্দৰ্ভত শুনানি সম্পন্ন

১১জুনত দুয়োজনৰ সন্দৰ্ভত ৰায় দিব আদালতে

অধিবক্তাই দুয়োকে গোচৰটোৰ পৰা ৰেহাই দিবলৈ কৰিছিল আবেদন

নগাঁও সত্ৰ আদালতে এই আবেদন সন্দৰ্ভত দীঘলীয়া শুনানি গ্ৰহণ কৰে

শুনানিৰ অন্তত ৰায়দানৰ বাবে ১১জুন ধাৰ্য্য কৰিছে আদালতে

উল্লেখযোগ্য যে গোচৰটোত অন্য অভিযুক্ত সকলৰ লগতে নাবালক দুজনৰ উপৰতো IPC ৰ 302,341,427,143,144,147,148,149,109,332,186  এই কেইটা ধাৰা আৰোপ কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.