CultureEntertainmentInternationalInternationalleatest updateSocialঅভিনয়দৈনিক বাতৰিৰাজনৈতিক

কিয় চৰিয়াইছিল কংগনা ৰানাৱটক ?

কি কোৱাৰ বাবে খং উঠিছিল চিআইএছএফ জোৱানৰ ?

হিমাচল প্ৰদেশৰ পৰা জয়ী কংগনা। সেই কংগনা ৰানাৱটকে বিমানবন্দৰত চৰ শোধালে এইগৰাকী চিআইএছএফ জোৱানে! কিন্তু কিয় দিলে এই চৰ । বৃহস্পতিবাৰে এই ঘটনাক লৈ সৃষ্টি দেশজুৰি চাঞ্চল্যৰ । নিলম্বন  কৰা হৈছিল  চিআইএছএফ জোৱান কুলবিন্দৰ কৌৰক। কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰা হয় কুলবিন্দৰ কৌৰক । ২০০৯ চনত কুলবিন্দৰ কৌৰ চিআইএছএফৰ চাকৰি লাভ কৰিছিল। ২০২১ চনৰ পৰা তেওঁ চণ্ডীগড় বিমানবন্দৰত কৰ্মৰত হৈ আছে ।

ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে, কুলবিন্দৰে নিজেই জনাইছে, তেওঁৰ মাতৃ কৃষি বিল বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কুলবিন্দৰৰ ককাকৰ নাম শ্বেৰ সিং মাহিৱাল। কৃষি আইন আন্দোলন বিৰোধী কৃষক আন্দোলন মঞ্চৰ অন্যতম দল কিষাণ মজদুৰ সংঘৰ্ষ কমিটীৰ সম্পাদক হ’ল এই শ্বেৰ সিং মাহিৱাল। কৃষক আন্দোলনৰ সময়ত কংগনা ৰানাৱটৰ কেতবোৰ টুইটক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল বিতৰ্ক । সেই সময়ত দুই বয়স্ক মহিলাৰ ফটো টুইট কৰি কংগনাই লিখিছিল, ‘মাত্ৰ ১০০ টকাত পোৱা যায় এওঁলোকক।’ কুলবিন্দৰে কৈছে, ‘‘কৃষক আন্দোলনৰ সময়ত তেওঁ কৈছিল, ১০০ টকাত তেওঁলোকে ধৰ্ণাত বহিছে নেকি ? তেওঁ বহিছিল নেকি তাত? মোৰ মা বহিছিল।’’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.