Assamঅসমগুৱাহাটী

ACS বিষয়াৰ বাসগৃহত উদ্ধাৰ হৈছে ১.৭০ কোটি টকা

অভিযানকাৰী দলে হিচাপ কৰিব পৰা নাই উদ্ধাৰ হোৱা ধন

ACS বিষয়া নূপুৰ বৰাৰ বাসগৃহত CM ভিজিলেন্সৰ অভিযান। অভিযানত মালিগাঁওস্থিত ফ্লেটৰ পৰা উদ্ধাৰ লাখ লাখ টকা।জানিব পৰা মতে ACS বিষয়া নূপুৰ বৰাৰ বিৰুদ্ধে আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত চলিছে অভিযান।

অভিযানত বৰ্তমানলৈকে উদ্ধাৰ হৈছে ১.৭০ কোটি টকা।কেৱল ইমানেই নহয় অভিযানকাৰী দলে হিচাপ কৰিব পৰা নাই উদ্ধাৰ হোৱা ধন।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত ACS বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল নূপুৰ বৰাই লগতে কাৰ্বি আংলঙত কৰ্মৰত হৈ আছিল। মাত্ৰ কেইদিনমান পূৰ্বেহে গুৱাহাটীলৈ বদলি হৈ আহিছিল নূপুৰ বৰা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.