AssamHimanta Biswa SarmaInternationalInternationalleatest updatenationalPMo indiapoliticalSocialঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতৰাজনৈতিক

পণ্ডিত নেহৰুৰ অভিলেখ স্পৰ্শৰে আজি মোদীৰ শপত

মোদীৰ সৈতে ১৮গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা

পণ্ডিত নেহৰুৰ অভিলেখ স্পৰ্শৰে আজি মোদীৰ শপত

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

সন্ধিয়া ৭ বজাত শপত গ্ৰহণ অনুষ্ঠান

মোদীৰ সৈতে ১৮গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা

শপত ল’ব পাৰে ৭ কেবিনেট মন্ত্ৰী, ১১ ৰাজ্যিক মন্ত্ৰীয়ে

শপত গ্ৰহণ অনুষ্ঠানলৈ ৪ হাজাৰ অতিথিক আমন্ত্ৰণ

চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ

নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

উপস্থিত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনীল বিক্ৰম সিংঘে

উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল

উপস্থিত থাকিব ভূটানৰ ৰজা জিগমে খেচৰ নামগ্যাল ৱাংচুক

মৰিছাছ আৰু মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানকো আমন্ত্ৰণ

চাফাই কৰ্মী, তৃতীয় লিংগীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.