শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে অপমান সূচক বাক্য প্ৰদান কৰি শনিবাৰে গ্ৰেপ্তাৰ হয় কংগ্ৰেছ বিধায়ক শ্বেৰমান আলি।
আজি কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱাৱ হয় বিধায়ক শ্বেৰমান আলীক। বিধায়ক গৰাকীক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মা বিচাৰি আদালতত আবেদন পাণবজাৰ আৰক্ষীৰ। তাৰপিছতেই আদালতে ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ অনুমতি দিয়ে।