ভাৰতৰাজনৈতিক

অভিলেখ সংখ্যক ভোটৰে জয়লাভ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

প্রিয়ংকা টিবৰিৱালক পৰাস্ত কৰি শেষ হাঁহি মাৰিলে মমতা বেনাৰ্জীয়ে

ভৱানীপুৰ বিধানসভা আসনত মমতাৰ বিজয়ৰ হেট্ৰিক।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ বিধানসভা আসনত অভিলেখ সংখ্যক ৫৮,৮৩৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

মমতা বেনাৰ্জীয়ে তেওঁৰ প্ৰতিদ্বন্দী বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱালক পৰাস্ত কৰি শেষ হাঁহি মাৰিবলে সক্ষম হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.