অসমদিল্লীৰাজনৈতিক

ৰাজ্যসভাৰ সাংসদ হিচাপে অসমীয়াতে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে

ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে

ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। অসমীয়াতে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে।
ৰাজ্যসভাৰ সন্মানীয় অধ্যক্ষ এ ভেংকায়া নাইডুৰ কাৰ্যালয়ত আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা অসমৰ সাংসদৰূপে নিৰ্বাচিত সৰ্বানন্দ সোণোৱালে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতা প্ৰকাশ কৰি ঈশ্বৰৰ নামত অসমীয়া ভাষাতে শপতগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.