ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। অসমীয়াতে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। ৰাজ্যসভাৰ সন্মানীয় অধ্যক্ষ এ ভেংকায়া নাইডুৰ…
অধিক পঢ়ক »Sarbananda Sonowal
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিমাতিঘাটৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ। সৰ্বানন্দ সোণোৱালে কয় যে, দুৰ্ঘটনাৰ বাবে তেওঁ মৰ্মাহত, এনে…
অধিক পঢ়ক »খানাপাৰা ষ্টাফ কলেজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদযাপন সাগৰমালা সন্মিলন। এই সন্মিলনত সাগৰ মালা…
অধিক পঢ়ক »অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছে সৰ্বানন্দ সোণোৱাল। অসমলৈ আহিয়েই…
অধিক পঢ়ক »আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল। সোণোৱালক আদৰিবলৈ এতিয়া চলিছে…
অধিক পঢ়ক »প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোকসভাৰ চলিত অধিৱেশন সামৰণি পৰাৰ পাছত নতুন কেন্দ্রীয় মন্ত্রীসকলে যাতে আগন্তুক নিজ কর্ম সঠিকভাৱে পালন কৰিবলৈ ৰাইজৰ…
অধিক পঢ়ক »অসমলৈ আহিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমলৈ আহি বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অংশ ল’ব বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।…
অধিক পঢ়ক »সৰ্বানন্দ সোণোৱালক আন এক গুৰুত্বপুৰ্ণ দায়িত্ব প্ৰদান প্ৰধানমন্ত্ৰীৰ। কিছুদিন পূৰ্বে কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ…
অধিক পঢ়ক »শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৯ চনৰ চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে ৮ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ…
অধিক পঢ়ক »দিল্লীত উপস্থিত হ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে পুৱা ১১.৩০বজাত বৰঝাৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ল সোণোৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মাতি…
অধিক পঢ়ক »