অসমমনোৰঞ্জন

ফেশ্বন শ্বো কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত সফলতা লাভ অসমীয়া যুৱকৰ

সৰ্বাধিক উচ্চ ভূমিত এক ফেশ্বন শ্বো কৰি সফলতা লাভ অসমীয়া যুৱকৰ

সাফল্য কঢ়িয়াই আনিলে অসমীয়া যুৱকে। নাম লিপিবদ্ধ কৰিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত।

সৰ্বাধিক উচ্চ ভূমিত এক ফেশ্বন শ্বো কৰি সফলতা লাভ কৰে বোকাজান নিবাসী সিদ্ধাৰ্থ নামৰ এজন যুৱকে।   এভাৰেষ্ট পৰ্বতৰ ৫৫০০(5500) ফুট শিখৰত গৈ এই ফেশ্বন শ্বো কৰি Guinness world record for the highest altitude of land ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে  সিদ্ধাৰ্থে।

বোকাজানৰ শুকানজান নিবাসী সিদ্ধাৰ্থ পাণ্ডে শেষতিয়াকৈ আন্তঃৰাষ্ট্ৰীয় ‘KASA’ নামৰ এটা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈ উক্ত ব্ৰেণ্ডটোৰ নেতৃত্বত এভাৰেষ্ট পৰ্বতৰ শিখৰত উপস্থিত হৈ ৰানৱে ফেশ্যন শ্বো কৰা দেখিবলৈ পোৱা গৈছে।

কাৰ্বিআংলং জিলাৰ বোকাজানৰ নিবাসী বীৰেন্দ্ৰ পাণ্ডে আৰু মাতৃ কান্তী দেৱী পাণ্ডেৰ জ্যেষ্ঠ পুত্ৰ সিদ্ধাৰ্থ ভি পাণ্ডে  যোৱা আঠ বছৰ ধৰি বিভিন্ন বলিউডৰ তাৰকাৰ সৈতে বহু ছবি, ধাৰাবাহিক আৰু বিভিন্ন ধৰণৰ বিজ্ঞাপন সমূহ কৰাৰ সুযোগ লাভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.