অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাত্ৰ এদিন পুৰ্বে আত্মহত্যা পৰীক্ষাৰ্থীৰ

যোৰহাটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা

যোৰহাটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পুৰ্বে পৰীক্ষাৰ্থীৰ আত্মহত্যা। আত্মহত্যা কৰা ছাত্ৰজনৰ যোৰহাটৰ আটিলাগাঁৱৰ উত্তম মালাকাৰ বুলি জানিব পৰা গৈছে। উত্তম মালাকাৰ যোৰহাট চৰকাৰী বহুমূখী বালক বিদ্যালয়ৰ ছাত্ৰ আছিল।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাত্ৰ এদিন আগতে কিহৰ বাবে উত্তমে আত্মহত্যাৰ পথ বাচি ল’লে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.