অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

মন্দিৰৰ চাকিৰ পৰাই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্রপাত! মহানগৰীৰ গেম ভিলেজৰ সমীপত অগ্নিকাণ্ডত জাহ গ’ল তিনিটাকৈ বাসগৃহ

ইন্দিৰা নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড

◾মহানগৰীৰ গেম ভিলেজৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

◾মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ স্থানীয়ৰ

◾তিনিটাকৈ বাসগৃহ আৱৰি ধৰে জুইয়ে

◾সম্পূৰ্ণৰূপে ভস্মীভূত তিনিটাকৈ বাসগৃহ

◾সম্পূৰ্ণৰূপে জাহ বাসগৃহ ৩টাৰ সকলো সা-সামগ্ৰী

◾ইন্দিৰা নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড

◾দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ ৰূপ লয় অগ্নিকাণ্ডই

◾প্ৰায় ৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰজুই নিৰ্বাপিন

◾ঠেক ৰাস্তাৰ বাবে বহু সময় ধৰি আবদ্ধ হবলগীয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button