অসম

৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, দিনটো ক’ত কিদৰে কটালে মুখ্যমন্ত্ৰীয়ে?

জু-ৰোডত এখন উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত হয় নিজে পঢ়ি অহা বিদ্যালয়ত।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। ৫৪ বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশাই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় শ শ অনুৰাগী। গামোচা, ফুল, উপহাৰৰ টোপোলা, কেক আৰু শুভকামনাৰে মুখ্যমন্ত্ৰীক ওপচাই পেলায় অনুৰাগীয়ে। নিশাই অনুৰাগীৰ সৈতে কেক কাটিলে মুখ্যমন্ত্ৰীয়ে।

বিগত বৰ্ষৰ দৰেই জন্মদিনৰ দিনা পুৱা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ নেদেখাজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে।

৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, দিনটো ক'ত কিদৰে কটালে মুখ্যমন্ত্ৰীয়ে?

তাৰপিছতেই জু-ৰোডত এখন উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীয়ে।

৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, দিনটো ক'ত কিদৰে কটালে মুখ্যমন্ত্ৰীয়ে?

তাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত হয় নিজে পঢ়ি অহা নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত।

৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, দিনটো ক'ত কিদৰে কটালে মুখ্যমন্ত্ৰীয়ে?

১৯৭৬ চনতে শিক্ষা গ্ৰহণ কৰি অহা গান্ধীবস্তিস্থিত গান্ধী নগৰ মজলীয়া বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে আয়োজন কৰা হয় বিশেষ অনুষ্ঠান। বিদ্যালয়ত উপস্থিত হৈ কেক কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ। এৰি অহা শৈশৱৰ ধেমালিবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button