Covid-19অসমজীৱনশৈলী

৪০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব আলফা

কভিড ১৯ ৰ তৃতীয় লহৰ চলি থকাৰ বাবে ক্ষান্ত থাকিব আলফা

৪০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে সংযুক্ত মুক্তি বাহিনী অসমে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ ঘোষণা অথবা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছে।

আলফা স্বাধীন প্ৰেৰণ কৰা এক বিবৃতিত এইবুলি উল্লেখ কৰিছে যে বৰ্তমান সমগ্ৰ বিশ্বতে কভিড ১৯ ৰ তৃতীয় লহৰ চলি থকাৰ মাজতে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই ভূতৰ ওপৰত দানহৰ দৰে ইয়াৰ ৭৫ সংখ্যক তথাকথিত স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.