অসমঅসম আৰক্ষীদুৰ্ঘটনা

হোলীৰ দিনটোতে মহানগৰীত অঘটন, ৰে’লৰ খুন্দাত নিহত একে পৰিয়ালৰে তিনিজন…

চিকিৎসালয়লৈ বুলি ৰে'ল পথেৰে গৈ থকাৰ সময়তে মহানগৰীৰ ভূতনাথত এখন তীব্ৰবেগী ৰে'লে মহটিয়াই লৈ যায় তিনিওকে

এফালে হোলীৰ আনন্দ-উল্লাস। আনফালে মহানগৰীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। মহানগৰীৰ ভূতনাথত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ তিনিজন সদস্যই।

নামনিমুৱা ৰে’লে কাটিলে দুই কণমানিৰ লগতে মাতৃক। চিকিৎসালয়লৈ বুলি ৰে’ল পথেৰে গৈ থকাৰ সময়তে মহানগৰীৰ ভূতনাথত এখন তীব্ৰবেগী ৰে’লে মহটিয়াই লৈ যায় তিনিওকে। নিহত শিশু দুটিৰ বয়স ক্ৰমে দুমাহ আৰু পাঁচ বছৰ বুলি জানিব পৰা গৈছে। আৰু নিহত পৰিয়ালটো হৈছে মহানগৰীৰ ধীৰেণ পাৰাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.