অপৰাধঅসমঅসম আৰক্ষী

গ্ৰেপ্তাৰ হ’ল গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ আন দুই অভিযুক্ত, এতিয়াও পলাতক অৱস্থাত দুজন…

অৱশ্যে, এতিয়াও পলাতক অৱস্থাত আন দুই ধৰ্ষণকাৰী। ইকিছুদিন পূৰ্বে এনকাউণ্টাৰত মৃত্যু হৈছিল মূল অভিযুক্ত বিকি আলীৰ।

গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ফাইজুল আলী আৰু পোনা আলী।

 

সমূহ মহিলা আৰক্ষী থানাই মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুই ধৰ্ষণকাৰীক। অৱশ্যে, এতিয়াও পলাতক অৱস্থাত আন দুই ধৰ্ষণকাৰী। ইকিছুদিন পূৰ্বে এনকাউণ্টাৰত মৃত্যু হৈছিল মূল অভিযুক্ত বিকি আলীৰ।

উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনা সন্দৰ্ভত OYOৰ অধীনস্থ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত কৰ্মচাৰীজন হৈছে অভিজিৎ মজুমদাৰ। ধৰ্ষণ হোৱাৰ দিনটোত নথি-পত্ৰ অবিহনে হোটেলখনৰ ১০৫নং ৰুমটো লমপটকেইটাক ভাড়ালৈ দিছিল কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.