অসমদৈনিক বাতৰিশিক্ষা

তিতাবৰৰ এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা! খোৱাপানীৰ টেংকীত বিহ মিহলালে দুষ্কৃতিকাৰীয়ে

তিতাবৰৰ এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা! খোৱাপানীৰ টেংকীত বিহ মিহলালে দুষ্কৃতিকাৰীয়ে

তিতাবৰৰ এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা

খোৱাপানীৰ টেংকীত বিহ মিহলালে দুষ্কৃতিকাৰীয়ে

শ  শ ছাত্ৰ-ছাত্ৰীক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

খৰিকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এই ঘটনা

৪ৰ্থ বৰ্গৰ কৰ্মচাৰী বসন্ত গগৈৰ তৎপৰতাত পোহৰলৈ সমগ্ৰ ঘটনা

বিদ্যালয়ত উপস্থিত তিতাবৰ আৰক্ষী, পৰিচালনা সমিতি

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ

এক জঘন্য কাণ্ড সংঘটিত হৈছে তিতাবৰৰ এখন বিদ্যালয়ত। কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে প্ৰানে মৰা চেষ্টা বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীক। খোৱা পানীৰ টেংকিত কীটনাশক দ্ৰব্য মিহলালে দুষ্কৃতিকাৰীয়ে। বিদ্যালয়খনৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বসন্ত গগৈয়ে পানীৰ টেপখুলি হাত ধুবলৈ লওতেই পানী ৰং সলনি আৰু বিকত গোন্ধ পোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। সন্দেহ হোৱা কৰ্মচাৰী জনে টেংকিৰ ধাকনি খুলি চোৱাত এটা কীটনাশক দ্ৰব্যৰ বটল প্ৰতক্ষ কৰে। তিতাবৰ খৰিকটীয়া উচ্চ মাধ্যমিক সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতে বিদ্যালয়খনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button