অসমগুৱাহাটীদৈনিক বাতৰিস্বাস্থ্য

পুনৰ বিতৰ্কত GMCH! মৃতদেহৰ পিছত এইবাৰ সন্তানৰ সাল-সলনি

পুনৰ বিতৰ্কত GMCH! মৃতদেহৰ পিছত এইবাৰ সন্তানৰ সাল-সলনি

মৃতদেহৰ পিছত এইবাৰ সন্তানৰ সাল-সলনি

বিতৰ্কই লগ এৰা নাই GMCH ক

এইবাৰ সলনি কৰা হ’ল সন্তান

ল’ৰা সন্তানৰ ঠাইত দিয়া হ’ল কন্যা সন্তান

২৮ এপ্ৰিলত ভৰ্তি হৈছিল গোৰেশ্বৰ ৰঞ্জুআৰা বেগম

বুধবাৰে জন্ম হৈছিল এটি ল’ৰা সন্তান

নিশা ৯.৩০ বজাত দিয়া হ’ল কন্যা সন্তান

ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ GMCH কৰ্তৃপক্ষৰ

চিকিৎসকৰ ভুলৰ বাবে লিখা হ’ল ল’ৰা বুলি

প্ৰকৃততে ছোৱালীহে জন্ম হৈছিল মহিলাগৰাকীৰ

DNA পৰীক্ষা হ’ব মাতৃ আৰু সন্তানৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.