অসমদৈনিক বাতৰি

তিনিচুকীয়াৰ চৈখোৱাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তৈল খেজুৰ ৰোপণৰ বিশেষ কাৰ্যসূচী….

তিনিচুকীয়াৰ চৈখোৱাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়াৰ চৈখোৱাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তৈল খেজুৰ ৰোপণৰ বিশেষ কাৰ্যসূচী

মুখ্যমন্ত্ৰীয়ে ৰামদেৱৰ সৈতে ৰোপন কৰিব পাম গছৰ পুলি

ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান

ধলাৰ ৫০ বিঘা ভূমিত পাম খেতিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

ধলালৈ হেলিকপ্টাৰেৰে একেলগে মুখ্যমন্ত্ৰী আৰু ৰামদেৱ

২০২৫-২৬ৰ ভিতৰত ২লাখ হেক্টৰ পামখেতিৰ লক্ষ্য

ৰাজ্যৰ ১৮জিলাত আছে পতঞ্জলিসহ ৪টা কোম্পানীৰ পাম খেতি

সমগ্ৰ দেশতে ৬.৫ লাখ হেক্টৰ ভূমিত পামখেতিৰ লক্ষ্য চৰকাৰৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.