অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰ কাণ্ডক লৈ সংসদত অনাস্থা প্ৰস্তাৱৰ আলোচনা, অধিনিয়ম ১৯৮ৰ অধীনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ

মণিপুৰ কাণ্ডক লৈ সংসদত অনাস্থা প্ৰস্তাৱৰ আলোচনা

অধিনিয়ম ১৯৮ৰ অধীনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ

লোকসভাত আৰম্ভ অনাস্থা প্ৰস্তাৱৰ আলোচনা

অনাস্থা প্ৰস্তাৱৰ ওপৰত প্ৰথমেই গৌৰৱ গগৈৰ ভাষণ

মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে আনিছিল অনাস্থা প্ৰস্তাৱ

অনাস্থা প্ৰস্তাৱৰ ওপৰত প্ৰথমেই গৌৰৱ গগৈৰ ভাষণ

‘মণিপুৰৰ ন্যায়ৰ বাবে আমি অনাস্থা প্ৰস্তাৱ আনিছো’

‘মণিপুৰৰ জীয়ৰীয়ে ন্যায় বিচাৰিছে’

‘মণিপুৰৰ ছাত্ৰ সমাজ, কৃষকে বিচাৰিছে ন্যায়’

‘মণিপুৰৰ ঘটনা সমগ্ৰ ভাৰতৰে সমস্যা’

‘মণিপুৰ জ্বলিছে মানে সমগ্ৰ ভাৰত জ্বলিছে’

‘আজি মণিপুৰৰ কথা কোৱা নাই, সমগ্ৰ ভাৰতৰে কথা কৈছো’

‘মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা পৰিতাপৰ কথা’

‘অনাস্থা প্ৰস্তাৱেৰে প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা ভাঙিব বিচাৰিছো’

‘এক ভাৰতৰ কথা কোৱা বিজেপিয়ে দুখন মণিপুৰৰ সৃষ্টি কৰিলে’

৯ বছৰীয়া শাসন কালত দ্বিতীয়বাৰৰ বাবে অনাস্থাৰ সন্মুখীন মোদী

তিনি দিন ধৰি চলিব শাসক-বিৰোধীৰ সংসদৰ ভাষণ

আলোচনাৰ অন্তত মণিপুৰক লৈ ভাষণ ৰাখিব প্ৰধানমন্ত্ৰীয়ে

১০ আগষ্টত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.