EntertainmentInternationalleatest updatenational

দীপাৱলীৰ সময়তেই অনুৰাগীলৈ চলমান খানৰ উপহাৰ।

মুক্তিৰ প্ৰথম দিনটোতেই বক্স অফিছত ১০০ কোটিৰো সীমা অতিক্ৰম Tiger-3ৰ।

দীপাৱলীৰ সময়তেই অনুৰাগীলৈ চলমান খানৰ উপহাৰ। বহু অপেক্ষাৰ অন্তত অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিলে চলমান খান আৰু কেটৰিনা কাইফ অভিনিত ছবি ‘Tiger 3-এ।

মুক্তিৰ পূৰ্বেই ছবিখনে উপাৰ্জন কৰিছিল ২৩ কোটি টকা। মুক্তিৰ প্ৰথম দিনটোতেই বক্স অফিছত ১০০ কোটিৰো সীমা অতিক্ৰম কৰিছে Tiger-3য়ে। হিন্দী ভাষাত ছবিখনৰ উপাৰ্জন ৪৩ কোটি টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 8 =

Back to top button