অপৰাধঅসমঅসম আৰক্ষী

লোমহৰ্ষক: বেঁকী নৈৰ দলঙৰ ওপৰত এদল যুৱকে জ্বলাই দিলে এগৰাকী যুৱতীক

কেইজনমান যুৱকে অগ্নি সংযোগ কৰাৰ অভিযোগ

⚫️বৰপেটা জিলাৰ সৰভোগত অমানৱীয় ঘটনা

⚫️বৰপেটা ৰোডত লোমহৰ্ষক ঘটনা

⚫️বেঁকী নৈৰ দলঙৰ ওপৰত জ্বলাই দিলে যুৱতীক

⚫️কেইজনমান যুৱকে অগ্নি সংযোগ কৰাৰ অভিযোগ

⚫️৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ দলঙত এই ঘটনা

⚫️এখন বাহনত লৈ আহিছিল যুৱতীগৰাকীক

⚫️অগ্নিদগ্ধ অৱস্থাত চিঞৰ-বাখৰ যুৱতীৰ

⚫️চিঞৰ শুনি ওলাই আহে স্থানীয় লোক

⚫️স্থানীয় লোকক দেখি যুৱতীগৰাকীক লৈ পলায়ন দলটোৰ

⚫️যুৱতীগৰাকীৰ জেকেট-জোতা দলঙত দলিয়াই থৈ গ’ল দলটোৱে

⚫️স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ত কৰে এজন যুৱকক

⚫️এতিয়ালৈকে জানিব পৰা নাই যুৱতীগৰাকীৰ নাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 16 =

Back to top button