অপৰাধঅসমঅসম আৰক্ষী

লোমহৰ্ষক: বেঁকী নৈৰ দলঙৰ ওপৰত এদল যুৱকে জ্বলাই দিলে এগৰাকী যুৱতীক

কেইজনমান যুৱকে অগ্নি সংযোগ কৰাৰ অভিযোগ

⚫️বৰপেটা জিলাৰ সৰভোগত অমানৱীয় ঘটনা

⚫️বৰপেটা ৰোডত লোমহৰ্ষক ঘটনা

⚫️বেঁকী নৈৰ দলঙৰ ওপৰত জ্বলাই দিলে যুৱতীক

⚫️কেইজনমান যুৱকে অগ্নি সংযোগ কৰাৰ অভিযোগ

⚫️৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ দলঙত এই ঘটনা

⚫️এখন বাহনত লৈ আহিছিল যুৱতীগৰাকীক

⚫️অগ্নিদগ্ধ অৱস্থাত চিঞৰ-বাখৰ যুৱতীৰ

⚫️চিঞৰ শুনি ওলাই আহে স্থানীয় লোক

⚫️স্থানীয় লোকক দেখি যুৱতীগৰাকীক লৈ পলায়ন দলটোৰ

⚫️যুৱতীগৰাকীৰ জেকেট-জোতা দলঙত দলিয়াই থৈ গ’ল দলটোৱে

⚫️স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ত কৰে এজন যুৱকক

⚫️এতিয়ালৈকে জানিব পৰা নাই যুৱতীগৰাকীৰ নাম

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

11 − 7 =

Back to top button