অসমআঞ্চলিকচিকিৎসাদুৰ্ঘটনাদৈনিক বাতৰি

উদ্বোধনৰ এমাহ নৌহওঁতেই খহিল কেঞ্চাৰ হাস্পতালৰ চিলিং

লখিমপুৰৰ নৱনিৰ্মিত কেঞ্চাৰ হাস্পতালত অঘটন

◾লখিমপুৰৰ নৱনিৰ্মিত কেঞ্চাৰ হাস্পতালত অঘটন

◾খহি পৰিল নৱনিৰ্মিত কেন্সাৰ কেন্দ্ৰৰ দুখনকৈ চিলিং

◾খহি পৰিল জৰুৰীকালীন বিভাগৰ প্ৰৱেশ পথত থকা চিলিং

◾২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল কেন্সাৰ কেন্দ্ৰ

◾ডিব্ৰুগড়ৰ পৰাই মুকলি কৰিছিল লখিমপুৰসহ কেইবাখনো চিকিৎসালয়

◾টাটা ট্ৰাষ্টৰ সহযোগিতাত নিৰ্মাণ হৈছিল কেন্সাৰ হাস্পতাল

◾উদ্বোধনৰ এমাহ নৌহওঁতেই চিলিং খহি পৰাত চাঞ্চল্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − two =

Back to top button