অসমদৈনিক বাতৰিভাৰতভ্ৰমণ

বিশেষ ফেৰীৰে নিমাতীৰ পৰা মাজুলীলৈ ৰাজ্যপাল জগদীশ মুখী!

মাজুলীৰ মুখা শিল্প চাব সপত্নীসহ ৰাজ্যপালগৰাকীয়ে

◾দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ ৰাজ্যপাল জগদীশ মুখী

◾বিশেষ ফেৰীৰে নিমাতীৰ পৰা মাজুলীলৈ ৰাজ্যপাল

◾মাজুলীৰ মুখা শিল্প চাব সপত্নীসহ ৰাজ্যপালগৰাকীয়ে

◾পৰিদৰ্শন কৰিব চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ

◾নিশাটো মাজুলীতে কটাব ৰাজ্যপালগৰাকীয়ে

◾কাইলৈ উপস্থিত হ’ব মাজুলীৰ গড়মূৰত

◾অংশ ল’ব ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − nine =

Back to top button