অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ অশান্ত অসম-নাগালেণ্ড সীমান্ত, ক’লাজান গাঁৱত কৃষকৰ ভূমিত অব্যাহত নাগাৰ আগ্ৰাসন

পুনৰ অশান্ত অসম-নাগালেণ্ড সীমান্ত

মেৰাপানীত অব্যাহত নাগাৰ আগ্ৰাসন

ক’লাজান গাঁৱত কৃষকৰ ভূমিত শেনচকু নগাৰ

কৃষক ইন্দ্ৰেশ্বৰ শইকীয়াক ভাবুকি নগা দুৰ্বৃত্তৰ

উল্লেখ্য যে ইন্দ্ৰেশ্বৰ চুতীয়া নামৰ এজন ব্যক্তিৰ এখন তামোলবাৰীক পাকেপ্ৰকাৰে নিজৰ দখললৈ নিয়াৰ চেষ্টা নগা দুৰ্বৃত্তৰ। নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ য়ামপাং বস্তিৰ এদল নগাই অসমীয়া লোকজনৰ তামোলবাৰীখন নগালোকৰ বুলি এক অদ্ভুত দাবী উত্থাপন কৰিছে। ইমানেই নহয়, চি আৰ পি এফৰ জৰিয়তে তামোল বাৰীখন এৰি দিয়াৰ বাবেও চেষ্টা চলাইছে নগা দুৰ্বৃত্তই। যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে ইন্দ্ৰেশ্বৰ চুতীয়াৰ পৰিয়াল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.