অসমদুৰ্ঘটনা

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! জাহাজৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এজন

জাহাজৰ পৰা এজন লোকে জাঁপ দিয়ে  ব্ৰহ্মপুত্ৰত

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। জাহাজৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এজন।

নিমাতী ঘাটৰ পৰা কমলাবাৰী ফেৰিঘাট অভিমুখে আহিছিল জাহাজখন। পুৱা ৯.৩০ বজাৰ  ডিগাৰু নামৰ জাহাজৰ পৰা এজন লোকে জাঁপ দিয়ে  ব্ৰহ্মপুত্ৰত৷

কিয় জপিয়ালে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ লোক জন ৫০ উদ্ধৰ বুলি জানিব পৰা গৈছে৷ কিন্তু কিয় জপিয়ালে তাৰ কাৰণ এতিয়াও জানিব পৰা নাই৷ মানুহ জনৰ ঘৰ ক’ত আছিল এতিয়ালৈকে তাৰ তথ্য জানিব পৰা হোৱা নাই৷ কিয় এই ঘটনা সংঘটিত হৈছে পৰৰ্বতি সময়তহে জানিব পৰা যাব৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.