Socialআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়ফেশ্বন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম কন্যা। 

MISS QUEEN OF THE WORLD প্ৰতিযোগিতাত বিজয়ী গুৱাহাটীৰ জীয়ৰী।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ কন্যা। MISS QUEEN OF THE WORLD প্ৰতিযোগিতাত বিজয়ী গুৱাহাটীৰ জীয়ৰী। আমেৰিকাৰ নিউ জাৰ্চিত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

Assam's Krishangee Gauree crowned 'Miss Queen of World 2023'

অসম কন্যা কৃষাংগী গৌৰীয়ে আজুৰি আনিবলৈ সক্ষম হ’ল এই সন্মান। উত্তৰ পূ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা গুৱাহাটীৰ কৃষাংগী গৌৰী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৌন্দৰ্যৰ ক্ষেত্ৰত খিতাপ দখল কৰি আনন্দিত কৃষাংগী। কৃষাংগীৰ সাফল্যত গৌৰাম্বিত অসমবাসী।

Pankaj Bhattacharjee on Twitter: "Assam's Krishangee Gauree has been crowned the “Miss Queen of the World” in the grand finale of the “Queen of the World” 2023 pageant held at New Jersey

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button