AssamHimanta Biswa Sarmaleatest updateRegionalSocial

উলুবাৰীৰ DGP কাৰ্যালয়ত STFৰ সংবাদমেল।

দুই দুৰ্ধৰ্ষ ISIS নেতা গ্ৰেপ্তাৰকলৈ সংবাদমেল

উলুবাৰীৰ DGP কাৰ্যালয়ত STFৰ সংবাদমেল
IGP পাৰ্থ সাৰথি মহন্তৰ সংবাদমেল
দুই দুৰ্ধৰ্ষ ISIS নেতা গ্ৰেপ্তাৰকলৈ সংবাদমেল
ধুবুৰীৰ ধৰ্মশালাত গ্ৰেপ্তাৰ ২ দুৰ্ধৰ্ষ ISIS নেতা
গ্ৰেপ্তাৰ হৰিশ ফাৰুকী, অনুৰাগ সিং ওৰফে ৰিহান
ধৃত হৰিশ ফাৰুকী ডেৰাডুনৰ
অনুৰাগ সিং হাৰিয়ানা পানীপথৰ
১৫ দিন পূৰ্বে STFয়ে ধুবুৰীত চলাইছিল অভিযান
১৯ তাৰিখে STF-আৰক্ষীৰ আৰম্ভ হৈছিল যুটীয়া অভিযান
গোপন খবৰৰ ভিত্তিত চলাইছিল তদন্ত
নিৰ্বাচনৰ পূৰ্বে ২ ISIS নেতাই কূটাঘাত সংঘটিত কৰাৰ সন্দেহ
পুৱা ৪ বজাৰ ভিতৰত চলোৱা হৈছিল অভিযান
অভিযানত দুয়োৰে ফটো ব্যৱহাৰ কৰি চিনাক্ত কৰা হৈছিল
অভিযানত অসম আৰক্ষীক সহযোগ আগবঢ়াইছিল স্থানীয়ই
STFয়ে দুয়োকে চিনাক্ত কৰি চমজাই দিয়ে NIAক
NIA আৰু অসম আৰক্ষীয়ে পৃথকে চলাব তদন্ত
অসমৰ যুৱক-যুৱতী ISISত যোগদানৰ নাই কোনো তথ্য
‘ধুবুৰীত ISISয়ে বাহৰ পতা বুলি একেষাৰতে ক’ব নোৱাৰি’
‘ধুবুৰীৰ পৰা বাংলাদেশৰ সৈতে যোগসুত্ৰ ৰক্ষা কৰিছিল ২ নেতাই’
‘হৰিশ ফাৰুকী আছিল ISISৰ ভাৰতৰ মুৰব্বী’
‘হৰিশ ফাৰুকী বোমা বিস্ফোৰণেৰে কূটাঘাত সংঘটিত কৰাৰ পাকৈত’
‘ফাৰুকীয়ে ISISলৈ মানুহৰ মন আৰ্কষিত কৰাৰ চেষ্টা কৰে’
‘বাংলাদেশৰ সৈতে সম্পৰ্কৰ তথ্য বৰ্তমানো পোহৰলৈ অহা নাই’
‘সেয়ে বাংলাদেশৰ নামটো সাঙুৰ খোৱাব বিচৰা নাই’
‘দুয়োকে খোজ কাঢ়ি গৈ থকা অৱস্থাত কৰা হয় গ্ৰেপ্তাৰ’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + twenty =

Back to top button