AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ EDৰ…. দুঘণ্টা জেৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক……

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ EDৰ

সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কেজৰিৱালক

দিল্লীৰ বাসগৃহত কেজৰিৱালক জেৰা চলাইছিল EDএ

দুঘণ্টা জেৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক

মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা জব্দ ইলেক্ট্ৰনিক সামগ্ৰী

মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে কেজৰিৱালে

কাৰাগাৰৰ পৰাই কাৰ্যভাৰ চম্ভালিব কেজৰিৱালে

দিল্লীত গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা বেহু

কেজৰিৱালৰ বাসগৃহ, EDৰ কাৰ্যালয়তো নিৰাপত্তা বেহু

কেজৰিৱালৰ সমৰ্থনত প্ৰতিবাদ AAP সমৰ্থকৰ

গ্ৰেপ্তাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কেজৰিৱাল

বৰ্তমান EDৰ জিম্মাত অৰবিন্দ কেজৰিৱাল

PMLAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে কেজৰিৱালক

কাইলৈ PMLAৰ গোচৰত আদালতত হাজিৰ কৰোৱা হ’ব কেজৰিৱালক

বৃহস্পতিবাৰে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেজৰিৱাল। ন্যায়ালয়ে সকাহ নিদিয়াৰ পিছতেই কেজৰিৱালৰ বাসগৃহত EDৰ অভিযান। EDএ গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিশ্ৰুতি বিচাৰিছিল কেজৰিৱালে। কেজৰিৱালৰ আবেদন নাকচ কৰাৰ পিছতে অভিযান EDৰ। দিল্লীৰ বাসগৃহতেই কেজৰিৱালক জেৰা EDৰ বিষয়াৰ। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা জব্দ ইলেক্ট্ৰনিক সামগ্ৰী। কেজৰিৱালৰ বাসগৃহৰ বাহিৰত ১৪৪ ধাৰা জাৰি। অৱশেষত EDএ গ্ৰেপ্তাৰ কৰে কেজৰিৱালক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.