AssamCity newsleatest updateRegionalSocial

পুৱাৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে কিনকিনিয়া বৰষুণ

ফাগুনৰ এই শুকান আৰু ধূলিময় পৰিৱেশৰ মাজতে যেন নামি আহিল এজাক সপোন যেন বৰষুণ।

আজি পুৱাৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে কিনকিনিয়া বৰষুণ। গুৱাহাটীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰতো আৰম্ভ হৈছে বৰষুণ। ফাগুনৰ এই শুকান আৰু ধূলিময় পৰিৱেশৰ মাজতে যেন নামি আহিল এজাক সপোন যেন বৰষুণ। কিমান দিনলৈ ৰাজ্যত হৈ থাকিব বৰষুণ? কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে Yellow Alert?

জানো আঁহক…

২১ মাৰ্চত, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, লখিমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং , ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাঁও, ওদালগুৰি,দৰং, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচাৰত জাৰি কৰিছে Yellow Alert।

IMD warns of heavy rainfall in Assam, Meghalaya, and Arunachal, issues  orange alert - IMD warns of heavy rainfall in Assam, Meghalaya, and  Arunachal, issues orange alert -

২২ মাৰ্চত কামৰূপ, বৰপেটা, চিৰাং,গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচাৰ, বাক্সা, দৰং, ওদালগুৰি, কামৰূপ(ম), মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাচাৰ, হাইলাকান্দি, চৰাইদেউ আৰু লখিমপুৰ জিলাত জাৰি কৰিছে Yellow Alert।

Weather Update: Heavy Rainfall Likely In Odisha, Assam, Meghalaya, UP |  Check Forecast | India News, Times Now

২৩ মাৰ্চত কামৰূপ, বৰপেটা, চিৰাং,গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচাৰ, বাক্সা, কামৰূপ(ম), শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰিছে Yellow Alert।

২৪ মাৰ্চত বৰপেটা, চিৰাং,গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচাৰ, বাক্সা, শোণিতপুৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 2 =

Back to top button