অসম

সংগীতানুষ্ঠানৰ মাজতেই দীপলিনাৰ খং! মঞ্চৰ পৰাই কাক গালি পাৰিল দীপলিনাই?

'আপোনাৰ শুনিবৰ মন নাই গুচি যাব পাৰে কিন্তু এনেদৰে অসন্মান নকৰিব।'

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠানত পুনৰ ঘটিল অঘটন। সংগীত গোৱাৰ মাজতেই কথা কৈ আছিল দীপলিনাই, তেনেকুৱাতেই দৰ্শকৰ ফালৰ পৰা ভাঁহি আহিল ‘গান গা’। এই কথা শুনি দীপলিনা ডেকাই প্ৰত্যুত্তৰ দিলে। কণ্ঠশিল্পী গৰাকীয়ে ক’লে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ আছো আৰু আপোনালোকৰ ধৈৰ্য নোহোৱা কিয় হৈছে। আপোনালোকে অতিথি মাতি আনি অসন্মান নকৰিব। আপোনাৰ শুনিবৰ মন নাই গুচি যাব পাৰে কিন্তু এনেদৰে অসন্মান নকৰিব।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button