আঞ্চলিক

পঞ্জাৱৰ মোহময়ী অভিনেত্ৰী দলজিৎ কৌৰৰ দেহাৱসান

প্ৰায় এবছৰ ধৰি ‘কমা’ত আছিল অভিনেত্ৰীগৰাকী।

পঞ্জাৱৰ মোহময়ী অভিনেত্ৰী দলজিৎ কৌৰ পৰলোকপ্ৰাপ্তি। ৬৯ বছৰ বয়সত মৃত্যু অভিনেত্ৰীগৰাকীৰ। দলজিৎ কৌৰে ভুগি আছিল ‘ব্ৰেইন টিউমাৰ’ত। প্ৰায় এবছৰ ধৰি ‘কমা’ত আছিল অভিনেত্ৰীগৰাকী। কৌৰে অভিনয় ক্ষেত্ৰত ৰাখি গ’ল বহু যুগমীয়া স্মৃতি।

‘মামলা গৰবৰ হে’প্ৰমুখ্যে ভালেসংখ্যক জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে বহু হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰত অভিনয়েৰে সুকীয়া আসন দখল কৰিছিল। শেহতীয়া তিনিটা বছৰ অভিনেত্ৰীগৰাকীয়ে ভুগি আছিল ব্ৰেইন টিউমাৰত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.