বিশ্ব

মহাকাশৰ বিষয়ে জনাত আপুনিও আগ্ৰহী নেকি?

মহাকাশৰ ওপৰত এতিয়াৰে পৰা আপুনি লাভ কৰিব অনলাইল পাঠ্যক্ৰম!

মহাকাশ বিজ্ঞানত কেৰিয়াৰ গঢ়ি তোলা আৰু এই ক্ষেত্ৰত আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাব ISROয়ে এক নতুন আৰু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ অধীনত শিশুসকলে এতিয়া মহাকাশ সম্পৰ্কীয় তেওঁলোকৰ কৌতূহল আৰু তথ্যৰ বাবে অনলাইন পাঠ্যক্ৰম কৰাৰ সুযোগ পাব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO)সক্ৰিয় অংশগ্ৰহণ আৰু সক্ৰিয় শিক্ষা আৰু মহাকাশ বিজ্ঞান প্ৰযুক্তি অভিযান্ত্ৰিক আৰু গণিতৰ বাবে এক জ্ঞান পৰ্টেল ‘Antriksh Jigyasa’মুকলি কৰিছে। ‘Antriksh Jigyasa’হৈছে এটা ভাৰ্চুৱেল প্লেটফৰ্ম। ISROৰ এই মহাকাশ কৌতূহল ভাৰ্চুৱেল প্লেটফৰ্মে মহাকাশ বিজ্ঞান প্ৰযুক্তি আৰু প্ৰয়োগৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ স্ব-শিক্ষণ গতিৰ ওপৰত আধাৰিত কৰি অনলাইন পাঠ্যক্ৰম প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.