অপৰাধঅসম

বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আবু বক্কৰ ছিদ্দিকক

◼️বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা

◼️নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আবু বক্কৰ ছিদ্দিকক

◼️নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকছিদ্দিক

◼️বেংকৰ পৰা ৫৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

◼️দুটাকৈ বেংকৰ পৰা জালিয়াতিৰে সৰকাইছিল ধন

◼️IOC Bank আৰু IDBI Bank ৰ পৰা ধন আত্মসাৎ

◼️বিধায়ক নুৰুল হুদা, ৰকিবুল হুছেইনৰ ঘনিষ্ঠ ছিদ্দিক

◼️৫৫লাখ টকা জালিয়াতিৰে সৰকাইছিল ছিদ্দিকে।

◼️সমবায়ৰ চাউল চুৰি, ট্ৰেক্টৰ কেলেংকাৰীতো জড়িতৰ অভিযোগ

◼️পূৰ্বে সাংবাদিক আক্ৰমণৰ ঘটনাতো জড়িত আছিল ছিদ্দিক।

◼️জীয়াবুৰ ৰহমান, নুৰ নেৱাচ আৰু আনাৰুল হুছেইন নামৰ তিনিগৰাকী ব্যক্তিক কৰিছিল প্ৰৱঞ্চনা

◼️প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে পত্ৰ প্ৰেৰণ কৰিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button