leatest updateঅপৰাধঅসমদৈনিক বাতৰি

সংগীতা আৰু ৱালিউলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে POCSO আইনৰ ধাৰা

তিনি অভিযুক্ত লক্ষী ৰয়, কেম্প্ৰাই আৰু উৎপলাৰ বিৰুদ্ধেও দাখিল হৈছিল অভিযোগনামা।

ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চিকিৎসক দম্পতীৰ ১২টা ধাৰা আৰোপ কৰা গোচৰত চৰকাৰী বিশেষ অধিবক্তা হিচাপে নিযুক্তি অধিবক্তা বিপুল ভাগৱতীক। পল্টনবজাৰ থানাৰ গোচৰৰ দায়িত্বও প্ৰদান বিপুল ভাগৱতীক। দিছপুৰ, জালুকবাৰী, ভৰলুমুখ থানাৰ গোচৰৰ দায়িত্ব অধিবক্তা পুলক কলিতাক। সংগীতা আৰু ৱালিউলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে POCSO আইনৰ ধাৰা। আন তিনি অভিযুক্ত লক্ষী ৰয়, কেম্প্ৰাই আৰু উৎপলাৰ বিৰুদ্ধেও দাখিল হৈছিল অভিযোগনামা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.