অসমদৈনিক বাতৰি
NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা…
NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা...
![NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা... NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন, যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা...](https://prathamkhabartv.com/wp-content/uploads/2023/07/Subansiri-780x470.jpg)
NHPC প্ৰকল্পত পুনৰ ভূমিস্খলন
অৰুণাচলৰ ধাৰাষাৰ বৰষুণে বিপদ মাতিছে NHPCলৈ
যিকোনো সময়তে উত্তৰ অসম বুৰ যোৱাৰ সম্ভাৱনা
ভয়-শংকাত দিন কটাইছে উত্তৰ অসমবাসীয়ে
বিদ্যুৎ উৎপাদনৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱাৰ দিশত
২০২৩-২৪ৰ শেষৰফালে কাৰ্যক্ষম হৈ উঠিব প্ৰকল্পটো
পূৰ্বে বহুবাৰ NHPCত সংঘটিত হৈছিল অঘটন
টানেলৰ বহু অংশ খহাৰ লগতে পাৱাৰ গ্ৰীডত সোমাইছিল পানী
দল-সংগঠনৰ প্ৰতিবাদলৈ আওকাণ কৰ্তৃপক্ষৰ