অসমখেল

আকৌ বিতৰ্কত বিৰাট কোহলি! বিৰাটক কিয় বেয়া পালে অনুৰাগীয়ে?

ৰাষ্ট্ৰীয় সংগীত গাই থকাৰ সময়ত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে চুইংগাম চুবাই আছিল

আকৌ এবাৰ বিতৰ্কত বিৰাট কোহলি। দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত গাই থকাৰ সময়ত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে চুইংগাম চুবাই আছিল। আৰু এই ঘটনাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে কোহলিৰ এই ব্যৱহাৰৰ বাবে তেওঁক সমালোচনা কৰিছে।

আনহাতে এদিনীয়াত ৪ ৰানত পৰাজয় বৰণ কৰে ভাৰতে। আৰু যাৰ ফলত শৃংখলা ৩-০ ব্যৱধানত জয় কৰে দক্ষিণ আফ্ৰিকা বাহিনীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.