Covid-19অসমউৎসৱ

ৰাজ্য চৰকাৰৰ শেহতীয়া SOPত ক্ষোভ প্ৰকাশ মাজুলীবাসীৰ

ৰাসৰ পূৰ্বে চৰকাৰে যি SOP যাৰি কৰিছে তাক লৈ অসন্তুষ্টি মাজুলীত

ৰাজ্য চৰকাৰৰ শেহতীয়া SOP-ত ক্ষোভ প্ৰকাশ মাজুলীবাসীৰ। ৰাসৰ পূৰ্বে চৰকাৰে যি SOP যাৰি কৰিছে তাক লৈ অসন্তুষ্টি মাজুলীত।

ৰাসত ১০ বছৰৰ তলৰ শিশুসকলক ভাওনাত ভাওলোৱাত চৰকাৰে বঞ্চিত কৰিছে। তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীত।

ৰাসত শিশু সকলৰ ভূমিকা নহ’লে ৰাস সম্পূৰ্ণ নহয় । সেইবাবে ৰাসত যদি শিশু সকলেই নাথাকে তেন্তে কেনেদৰে ৰাস সম্পূৰ্ণ হব বুলি প্ৰশ্ন কৰিছে মাজুলীবাসীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.