আফগানিস্তানখাদ্য

এমুঠি অন্নৰ বাবে বিক্রী নিজ সন্তানক! ক’ত, কিয়?

এমুঠি অন্নৰ বাবে হাহাৰাৰ কৰিছে এতিয়া আফগানিস্তানে

এমুঠি অন্নৰ বাবে হাহাৰাৰ কৰিছে এতিয়া আফগানিস্তানে। খাদ্যৰ বাবে আফগানিস্তানত নিজ শিশুক বিক্রী কৰিবলগীয়া হৈছে বহু পৰিয়ালে৷ শেহতীয়া এক তথ্য অনুসৰি, দেশখনৰ ৯৫ শতাংশ লোক খাদ্য সংকটত পৰিছে৷

এই মাহতে দেশখনৰ আধা জনসংখ্যা  পৰিব বুলি কানাডাস্থিত সংস্থা ইণ্টাৰনেচনেল ফ’ৰাম ফৰ ৰাইটছ এণ্ড ছিকিউৰিটী প্রতিবেদনত উল্লেখ কৰিছে৷ অন্য দেশে এনে দুর্যোগৰ সময়ত আফগানিস্তানক সহায় নকৰিলে দেশখনত মানৱীয় বিপর্যয় অব্যাহত থাকিব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

লক্ষণীয়ভাৱে পুঁজিৰ অভাৱ আৰু খাদ্যসামগ্রীৰ নাটনিয়ে যুদ্ধ–সংঘর্ষ, ক’ভিড–১৯ মহামাৰীৰ ওপৰিও এতিয়া আফগানিস্তানত সৃষ্টি কৰিছে নতুন আতংকৰ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button